1যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,
2তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;
3তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা
4তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব,
5তুমি ৰাতিৰ আতঙ্কলৈ;
6অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ
7হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক,
8তুমি কেৱল নিজ চকুৰে দেখা পাবা;
9‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’91:9 কিয়নো তুমি যিহোৱাক তোমাৰ আশ্ৰয় কৰিলা।
10সেয়ে তোমালৈ কোনো বিপদ নঘটিব;
11কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ,
12তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব,
13তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা।
14কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম;
15তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম;
16মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম;