1যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা:
2যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে,
3আৰু মই প্ৰজ্ঞা শিকা নাই,
4কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল?
5ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত,
6তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা;
7মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ;
8অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা;
9কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?”
10দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা;
11এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে,
12সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ;
13সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী!
14তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে,
15জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে।
16চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ,
17যি চকুৱে নিজৰ পিতৃক উপহাস কৰে,
18ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত,
19ঈগলে আকাশত উৰে;
20এইদৰে ব্যভিচৰিণীৰ পথ;
21তিনিটা বিষয়ত পৃথিৱী কঁপে,
22যেতিয়া এজন দাস ৰজা হয়;
23ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়;
24পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে;
25পৰুৱা শক্তিশালী প্রাণী নহয়,
26চাফন পশু শক্তিমান জীৱ নহয়,
27ফৰিংবোৰৰ ৰজা নাথাকে,
28জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা;
29নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে,
30জন্তুৰ মাজত শক্তিশালী সিংহ,
31বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী,
32তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা,
33যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়,