We Believe JesusFé, Esperança e Nova Vida

হিতো 31

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 30 হিতো

1ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া।

2মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি?

3তোমাৰ শক্তি মহিলাক নিদিবা,

4হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়;

5তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব,

6বিনাশলৈ যোৱা জনক সুৰা দিয়া,

7তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব,

8কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা,

9আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা,

10প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়?

11তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে,

12তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।

13তেওঁ ঊণ আৰু শণ সূতা বাচি লয়,

14তেওঁ বণিকৰ জাহাজৰ দৰে,

15তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়,

16তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়;

17তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে,

18তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে,

19তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে,

20তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে,

21তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে;

22তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে;

23যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে,

24তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে,

25তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে;

26তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে;

27তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে,

28তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে।

29“অনেক জীয়েকে ভাল কাৰ্য কৰে,

30সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন,

31তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া,

← হিতো 30 হিতো