We Believe JesusFé, Esperança e Nova Vida

হিতো 29

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 28 হিতো হিতো 30 →

1যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে,

2সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে।

3যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে;

4ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে;

5যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে,

6দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে;

7ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে;

8নিন্দক লোকে নগৰত জুই জ্বলাই;

9যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়,

10নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে;

11অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে;

12যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে,

13দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়;

14যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে,

15চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে;

16যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়;

17তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব,

18যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়;

19কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি;

20দ্রুতগতিত কথা কোৱা লোকক চোৱা;

21যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে,

22ক্রোধি লোকে বিবাদ সৃষ্টি কৰে,

23মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়;

24যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে;

25মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে;

26অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে;

27অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়;

← হিতো 28 হিতো হিতো 30 →