1কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়;
2দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়;
3যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে,
4যিজনে বিধান ত্যাগ কৰে, তেওঁ দুষ্টলোকক প্ৰশংসা কৰে,
5দুষ্ট লোকে ন্যায়বিচাৰ নুবুজে;
6কুটিল পথত চলা ধনী মানুহতকৈ,
7যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে;
8যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে,
9কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে,
10যি কোনোৱে ন্যায়পৰায়ণ লোকক কুপথত চলিবলৈ বিভ্রান্ত কৰে,
11ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে;
12ন্যায় কাৰ্য কৰা লোক যেতিয়া জয়ী হয়, তেতিয়া তাত মহাগৌৰৱ হয়,
13যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব;
14যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়;
15গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে,
16বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়;
17যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়,
18যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়,
19যি কোনোৱে নিজৰ মাটিত কাম কৰে, তেওঁ জোৰাওকৈ আহাৰ পায়,
20বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়;
21পক্ষপাত কৰা ভাল নহয়;
22কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়;
23কথাৰে খুচামোদ কৰা লোকতকৈ,
24যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,”
25লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে;
26যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।
27যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়;
28দুষ্টলোকৰ উন্নতি হলে, মানুহে নিজকে লুকাই ৰাখে;