We Believe JesusFé, Esperança e Nova Vida

হিতো 27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 26 হিতো হিতো 28 →

1কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা;

2আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক;

3গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা;

4ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে;

5লুকুৱাই ৰখা প্ৰেমতকৈ,

6বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়;

7তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে;

8নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে,

9সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে,

10তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা,

11হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা।

12দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়;

13যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা;

14যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে,

15এজনী দ্বন্দুৰী ভাৰ্যা

16তেওঁক দমন কৰা মানে বতাহক দমন কৰা,

17যেনেকৈ লোহাই লোহাক চোকা কৰে,

18যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়;

19পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়,

20চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়,

21ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল;

22যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা,

23তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা,

24কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়।

25ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে,

26মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব,

27তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে

← হিতো 26 হিতো হিতো 28 →