We Believe JesusFé, Esperança e Nova Vida

হিতো 26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 25 হিতো হিতো 27 →

1গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে,

2যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়,

3ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম,

4অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা;

5অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা;

6যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই,

7জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে,

8ফিঙ্গাত শিল বন্ধা যেনে,

9মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে,

10ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে,

11কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়,

12নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে?

13এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে!

14দুৱাৰ যেনেকৈ কবজাত ঘুৰে,

15এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে,

16সাত জন বুদ্ধিমান ব্যক্তিতকৈ

17কুকুৰৰ কাণত ধৰা লোকৰ যেনে,

18জ্বলন্ত কাঁড় মৰা জন যেনে,

19নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে,

20যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়,

21জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে,

22পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;

23জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়,

24যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে,

25তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা,

26যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা,

27যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব;

28মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে,

← হিতো 25 হিতো হিতো 27 →