1যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা,
2কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা,
3তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা,
4ধনী হ’বলৈ অধিক কষ্ট নকৰিবা,
5যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়,
6তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা,
7কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়।
8তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা,
9অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা;
10পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা,
11কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান;
12তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক,
13সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা;
14তুমি যদি তাক চেকনীৰে কোবোৱা,
15হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়,
16যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়,
17তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক;
18অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে,
19হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা,
20সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা,
21কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়,
22তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা,
23সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা;
24ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়,
25তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া,
26হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া,
27কাৰণ বেশ্যা দ গাতৰ দৰে,
28তেওঁ ডকাইতৰ দৰে খাপ দি থাকে,
29কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে?
30যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে,
31যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে,
32শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব,
33তোমাৰ চকুৱে আচৰিত বস্তু দেখিব,
34প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে,
35তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই,