We Believe JesusFé, Esperança e Nova Vida

হিতো 22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 21 হিতো হিতো 23 →

1প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা,

2ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই,

3দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে;

4যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি,

5কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে;

6সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া,

7ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে,

8যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব;

9উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব,

10নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব,

11যিজনে শুদ্ধ হৃদয় ভাল পায়,

12যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে;

13এলেহুৱাই কয়, “বাটত এটা সিংহ আছে!

14ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে;

15সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে;

16নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন,

17জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া;

18কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে,

19সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে,

20পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে

21তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ,

22দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র;

23কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব,

24যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা,

25নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা,

26ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা,

27যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে,

28তোমাৰ পিতৃয়ে স্থাপন কৰা,

29নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব,

← হিতো 21 হিতো হিতো 23 →