1ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে;
2সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়;
3যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা;
4অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়;
5পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়;
6মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি
7দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব;
8অপৰাধীৰ পথ কুটিল হয়,
9দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ,
10দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে,
11যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়,
12যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে;
13যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে,
14গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে,
15যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়;
16যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে,
17যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব;
18সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়;
19দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ,
20জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে;
21যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়,
22জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়,
23যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে,
24গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়;
25এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে;
26ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে;
27দুষ্ট লোকৰ বলিদান ঘৃণনীয়;
28মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব;
29দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই;
30যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা,
31যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়,