We Believe JesusFé, Esperança e Nova Vida

হিতো 20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 19 হিতো হিতো 21 →

1দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক;

2ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে;

3বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান;

4এলেহুৱা লোকে শৰৎ কালত হাল নাবায়;

5মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে;

6বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে;

7ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে,

8সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে;

9কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ,

10পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ,

11এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়,

12শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু,

13নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা;

14কিনা জনে কয়, “বেয়া! বেয়া!

15সোণ আৰু অজস্র মূল্যবান পাথৰ আছে;

16যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা;

17প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে;

18পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়;

19পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে;

20যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে,

21উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়;

22এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!”

23যিহোৱাই অসমান ওজন ঘিণ কৰে,

24মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত;

25কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ;

26জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে,

27মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ;

28বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে,

29যুৱকৰ বলেই তেওঁৰ গৌৰৱ,

30ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে,

← হিতো 19 হিতো হিতো 21 →