We Believe JesusFé, Esperança e Nova Vida

হিতো 19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 18 হিতো হিতো 20 →

1নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক,

2জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়;

3মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে;

4ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে;

5মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব;

6অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে,

7যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে;

8যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে,

9মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব;

10অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত;

11মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে,

12ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে;

13মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে,

14ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ;

15এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়,

16যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে;

17যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে;

18আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা;

19অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত;

20তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ

21মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে;

22আনুগত্য মানুহৰ ইচ্ছাৰে হয়,

23যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া,

24এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই,

25নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব;

26যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে,

27হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া,

28দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে,

29নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে,

← হিতো 18 হিতো হিতো 20 →