We Believe JesusFé, Esperança e Nova Vida

হিতো 18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 17 হিতো হিতো 19 →

1যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে,

2অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়,

3যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে;

4মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে;

5দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়,

6অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে,

7অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে,

8পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;

9আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে,

10যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ;

11ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ;

12পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়,

13যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,

14মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব;

15বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে,

16মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে,

17যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে;

18চিঠি-খেলে বিবাদ সমাপ্ত কৰে,

19দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান;

20নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়;

21জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে;

22যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়,

23দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে;

24যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে;

← হিতো 17 হিতো হিতো 19 →