1বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ,
2এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব,
3ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী,
4যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে,
5দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে;
6বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ;
7বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়;
8দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে;
9যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে;
10যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে,
11দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে;
12নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ,
13যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে,
14বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে;
15যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে,
16যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই
17বন্ধু সকলো সময়তে প্রিয় হয়;
18জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়;
19যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়;
20কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়;
21যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে;
22আনন্দিত হৃদয় ভাল ঔষধ হয়;
23ন্যায়ৰ পথ বিপথগামী কৰিবলৈ
24যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে;
25অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে,
26ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত;
27জ্ঞানী লোকে ক’ম কথা কয়;
28এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়;