We Believe JesusFé, Esperança e Nova Vida

হিতো 16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 15 হিতো হিতো 17 →

1মনৰ কল্পনা মানুহৰ;

2মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ;

3তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা;

4যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে;

5অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে;

6বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়,

7যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে,

8অন্যায়েৰে সৈতে অধিক আয়তকৈ

9মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে;

10ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে;

11সঠিক তুলাচনী যিহোৱাৰ পৰা আহে;

12যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়,

13ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে;

14ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ;

15ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ,

16সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম!

17ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে;

18বিনাশৰ আগত অহংকাৰ আহে,

19অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ,

20যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়;

21যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়,

22বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ;

23জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে;

24সন্তোষজনক বাক্য মৌচাকৰ দৰে;

25এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ;

26পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়;

27নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই,

28উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে;

29অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়;

30যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে।

31পকা চুলি গৌৰৱৰ মুকুট।

32ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম;

33চিঠি-খেলৰ গুটি কোঁচত পৰে,

← হিতো 15 হিতো হিতো 17 →