We Believe JesusFé, Esperança e Nova Vida

হিতো 24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 23 হিতো হিতো 25 →

1দুষ্ট লোকক ঈৰ্ষা নকৰিবা,

2কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে,

3প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়,

4জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়,

5সাহসী লোক বলৱান হয়,

6সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা,

7অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়;

8তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে,

9জ্ঞানহীন আঁচনি পাপ,

10সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা,

11মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা,

12তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।”

13হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল,

14তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে

15ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে,

16কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও,

17যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা,

18কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব,

19কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা,

20কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই,

21হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা।

22কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব,

23এই সকলো জ্ঞানী লোকৰ বচন।

24যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,”

25কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব,

26যিজনে সত্যতাত উত্তৰ দিয়ে,

27তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা,

28কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা;

29এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম;

30মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ,

31চাৰিওফালে কাঁইটীয়া বন গজিছিল,

32তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ;

33“অলপ টোপনি, আৰু অলপ টোপনি,

34দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব,

← হিতো 23 হিতো হিতো 25 →