We Believe JesusFé, Esperança e Nova Vida

হিতো 14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 13 হিতো হিতো 15 →

1জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে;

2যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে;

3অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই;

4য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে;

5বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়;

6নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়;

7অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা;

8নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা;

9দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে;

10হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়;

11দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব;

12কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়;

13দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে,

14যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব;

15যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে;

16জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে;

17ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে;

18অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে;

19যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে;

20দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে;

21যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে;

22যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়?

23সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়;

24জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট;

25সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে;

26যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস,

27যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ,

28ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়;

29ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক;

30শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ;

31যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে;

32দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়;

33প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়;

34সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়;

35জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে;

← হিতো 13 হিতো হিতো 15 →