We Believe JesusFé, Esperança e Nova Vida

হিতো 12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 11 হিতো হিতো 13 →

1যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়;

2শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়;

3কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়;

4গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;

5সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়;

6দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়;

7দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়;

8মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়;

9গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল;

10যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে;

11যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়;

12দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে;

13পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;

14মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়;

15অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ;

16অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই;

17যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;

18যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে;

19সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে;

20কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে;

21সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে;

22মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া;

23দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে;

24পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব;

25মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে;

26সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়;

27এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে;

28যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়;

← হিতো 11 হিতো হিতো 13 →