We Believe JesusFé, Esperança e Nova Vida

হিতো 11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 10 হিতো হিতো 12 →

1ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া;

2যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়;

3সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক;

4ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন;

5সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে;

6যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়;

7দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়;

8সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়;

9তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে;

10যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে;

11ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়;

12বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য;

13পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে;

14যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়;

15যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব;

16দয়ালু মহিলাই সন্মান পায়;

17দয়ালু লোকে নিজৰ উপকাৰ কৰে;

18দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়;

19যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে;

20কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা;

21নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব;

22গাহৰিৰ নাকত সোণৰ নথ যেনে,

23সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম;

24যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে;

25দয়ালু লোকৰ উন্নতি হয়,

26যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে;

27যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে;

28যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়;

29যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব;

30সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে,

31সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়,

← হিতো 10 হিতো হিতো 12 →