We Believe JesusFé, Esperança e Nova Vida

গীত 72

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← গীত 71 গীত গীত 73 →

1হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,

2তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;

3পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;

4তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,

5তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব72:5 যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব।

6ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,

7তেওঁৰ সময়ত ধাৰ্মিকজন72:7 ধার্মিকতা জকমকাব;

8তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব,

9মৰুভূমিৰ72:9 তেওঁৰ শত্রুবোৰেনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;

10তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;

11এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;

12কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;

13তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;

14অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;

15ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;

16পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব;

17ৰজাৰ নাম চিৰস্থায়ী হ’ব;

18ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;

19তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;

20যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।

← গীত 71 গীত গীত 73 →