We Believe JesusFé, Esperança e Nova Vida

যোৱে 1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

যোৱে যোৱে 2 →

1পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।

2হে পৰিচাৰকসকল, এই কথা শুনা?

3তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা,

4কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে;

5হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা!

6কিয়নো এটা জাতি1:6 ফৰিঙৰ এটা বৃহৎ সৈন্য দল। মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল,

7সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে,

8যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।

9যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল।

10পথাৰবোৰ নষ্ট হ’ল,

11হে খেতিয়কসকল, লজ্জিত হোৱা,

12দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল,

13হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা!

14তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা,

15হায় হায়, এয়ে কেনে দিন!

16আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ,

17বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল,

18পশুবোৰে কেনেকৈ কেঁকাইছে!

19হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ।

20বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে,

যোৱে যোৱে 2 →