We Believe JesusFé, Esperança e Nova Vida

হিতো 9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 8 হিতো হিতো 10 →

1প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে;

2তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে;

3তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই

4“যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!”

5“আহাঁ, মোৰ আহাৰ ভোজন কৰা,

6শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা,

7যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়,

8তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব;

9জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব;

10যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ,

11কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব,

12তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী,

13অজ্ঞানী মহিলা কোলাহলপূৰ্ণ-

14তেওঁ নিজৰ ঘৰৰ দুৱাৰত,

15যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে;

16“যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!”

17“চুৰ কৰা পানী মিঠা,

18কিন্তু মৃত্যু যে তাত আছে,

← হিতো 8 হিতো হিতো 10 →