We Believe JesusFé, Esperança e Nova Vida

হিতো 2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← হিতো 1 হিতো হিতো 3 →

1হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা,

2প্রজ্ঞাৰ কথা শুনা,

3তুমি যদি বুজিবৰ বাবে কান্দা;

4ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা,

5তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা,

6কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে,

7যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে,

8তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে,

9তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায়

10কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব,

11সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব,

12এইবোৰে পাপকাৰ্যৰ পৰা

13তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে।

14যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে

15তেওঁলোকে কুটিল পথ অনুসৰণ কৰে,

16দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা

17তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে

18তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই,

19যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব,

20সেয়ে তুমি সৎলোকৰ পথত চলিবা,

21যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে,

22কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব,

← হিতো 1 হিতো হিতো 3 →