1দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন।
2প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ,
3সংশোধন গ্রহণ কৰা, তেতিয়া তুমি
4যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা;
5জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া।
6যাতে নীতিবচন আৰু বাণী,
7যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ,
8হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা,
9তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব,
10হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে,
11তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ,
12আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ,
13আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম,
14তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা,
15হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা;
16তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে;
17যি সময়ত চৰাইয়ে চাই থাকে;
18সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে;
19সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়;
20প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে,
21তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে,
22“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা?
23মোৰ অনুযোগলৈ মনোযোগ দিয়া;
24মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা;
25কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা;
26তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম,
27যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব,
28তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম,
29কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে,
30তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে,
31তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব,
32অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়।
33কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব,