1তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
2তেওঁ ক’লে,
3সঁচাই তেওঁ নিজৰ
4মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ,
5যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু
6ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
7যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে,
8লেবীৰ বিষয়ে মোচিয়ে ক’লে,
9যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে,
10লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়,
11হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা,
12বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
13যোচেফৰ বিষয়ে মোচিয়ে ক’লে,
14সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে,
15পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে,
16পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে,
17যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়,
18জবূলূনৰ বিষয়ে মোচিয়ে ক’লে,
19লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব;
20গাদৰ বিষয়ে মোচিয়ে ক’লে,
21তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে,
22দানৰ বিষয়ে মোচিয়ে ক’লে,
23নপ্তালীৰ বিষয়ে মোচিয়ে কলে,
24আচেৰৰ বিষয়ে মোচিয়ে কলে,
25তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব;
26মোচিয়ে ক’লে,
27যিজন অনাদিকালৰ ঈশ্বৰ
28ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব;
29হে ইস্ৰায়েল, তুমি ধন্য;