1হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,
2মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;
3শত্ৰুৰ কথাৰ কাৰণে,
4মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে,
5ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;
6মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!
7চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন;
8প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,
9হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;
10তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;
11ইয়াৰ ভিতৰত মন্দতা আছে;
12কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;
13কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;
14আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;
15মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,
16মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;
17গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;
18কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;
19ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে;
20মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;
21তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,
22যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;
23কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা;