We Believe JesusFé, Esperança e Nova Vida

গীত 131

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← গীত 130 গীত গীত 132 →

1হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়,

2কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ,

3হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা,

← গীত 130 গীত গীত 132 →