1ইস্ৰায়েলে কওঁক,
2“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;
3হালোৱাই মোৰ পিঠিত হাল বালে;
4যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে129:4 তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। ।
5যিসকলে চিয়োনক ঘিণ কৰে,
6তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,
7যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,
8বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়,