1হে যিহোৱা, আমাক নহয়, আমাক নহয়,
2আন জাতিবোৰে কিয় ক’ব,
3আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে;
4তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ,
5সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে;
6কাণ আছে, কিন্তু নুশুনে;
7হাত আছে, কিন্তু চুব নোৱাৰে;
8যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে,
9হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা!
10হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা;
11হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা;
12যিহোৱাই আমাক সোঁৱৰণ কৰিলে,
13যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব,
14যিহোৱাই তোমালোকক বৃদ্ধি কৰক;
15যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা,
16স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ;
17মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে;
18কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম,