1হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?
2অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;
3দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;
4দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;
5সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;
6তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।
7তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;
8গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;
9তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;
10তেওঁলোকে চাপৰি কুঁজা হৈ
11তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;
12হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;
13দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?
14কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;
15দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;
16যিহোৱা চিৰকালৰ ৰজা;
17হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;
18এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;