1সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
2“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে,
3হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া!
4হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা,
5যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল;
6চমগৰ5:6 চমগৰ অনাতৰ পুত্ৰ আৰু যায়েলৰ দিনত
7মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে,
8লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল;
9মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে,
10তোমালোক যিসকলে বগা গাধত উঠি,
11তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকল5:11 গায়কসকলৰ কথা শুনাৰ মাত কথা শুনা,
12সাৰ পোৱা দবোৰা, সাৰ পোৱা!
13তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল;
14কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল;
15ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল।
16তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা?
17গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে;
18জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে;
20আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে;
21কীচোন নদীয়ে সিহঁতক উটাই নিলে;
22তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া!
24কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা;
25চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে;
26তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে;
27তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল,
28চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে -
29তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
30তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি?
31হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়!