We Believe JesusFé, Esperança e Nova Vida

যিচ 21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিচ 20 যিচ যিচ 22 →

1সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা।

2এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে;

3এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে;

4মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে;

5তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল;

6কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে,

7যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব,

8সেই প্রহৰীজনে ৰিঙিয়াই ক’লে,

9ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে।

10হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান,

11দুমা21:11 দুমা মানে হ’ল নীৰৱ। ই ইদোমৰ আন এটা নাম। ইয়াত ইদোম ৰাজ্যৰ বিষয়ে কৈছে।ৰ বিষয়ে ঘোষণা।

12প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”

13আৰবৰ বিষয়ে ঘোষণা।

14তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা;

15কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা,

16সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰ21:16 কেদৰ হ’ল, মৰুপ্ৰান্তত থকা এখন আৰবীয় দেশ।ৰ সকলো গৌৰৱ লুপ্ত হ’ব।

17আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।

← যিচ 20 যিচ যিচ 22 →