1হে নাৰীসকলৰ মাজত পৰম সুন্দৰী,
2মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে,
3মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই;
4হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী,
5তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা;
6এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ।
7ওৰণিৰ তলত তোমাৰ গাল দুখন
8ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
9কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া;
10“পুৱাৰ অৰুণৰ দৰে দেখা দিয়া,
11মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ,
12মই আনন্দত উত্রাৱল হ’লো,
13হে চূলম্মীৎ6:13 চূলম্মীৎ নিখুঁত যুৱতী, উলটি আহাঁ, উলটি আহাঁ;