1প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল8:1 দিমৰু ফল দেখুৱালে।
2তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল8:2 দিমৰু ফল ।” তেতিয়া যিহোৱাই মোক ক’লে,
3প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব;
4তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
5তোমালোকে কোৱা যে,
6ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম।
7যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”
8ইয়াৰ বাবে জানো দেশ নকঁপিব?
9প্ৰভু যিহোৱাই এই কথা কৈছে:
10মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু
11প্ৰভু যিহোৱাই এই কথা কৈছে:
12লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে
13সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।
14যিসকলে চমৰিয়াৰ পাপৰ8:14 চমৰিয়াৰ পাপ অর্থাৎ চমৰিয়াৰ মূর্তি শপত খাই কয়,